Slug:-Khumtai Woman Football
Anchor:- সমগ্ৰ বিশ্বতে বৰ্তমান ফুটবলৰ উন্মাদনা। বিশ্বকাপ ফুটবলৰ জ্বৰত সকলো আক্ৰান্ত হোৱাৰ সময়তে খুমটাইৰ সেন্দুৰীটিং চাহ বাগিছাৰ ৩ নং বাপুজী খেলপথাৰত অনুষ্ঠিত হ’ল এখনি আমন্ত্ৰণ মূলক মহিলা ফুটবল প্ৰতিযোগিতা । সেন্দুৰিটিং ক্ৰীড়া সন্থা উদ্যোগত আৰু ৰাইজৰ সহযোগত কমাৰগাঁও মহাবিদ্যালয়ৰ মহিলা ফুটবল একাদশ আৰু দুলীয়াজানৰ মহিলা ফুটবল একাদশৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হয়। খেলখন নিৰ্ধাৰিত সময়লৈকে ড্ৰ হয়। পিছত ট্ৰাইবেকাৰ পদ্ধতি অৱলম্বন কৰাত কমাৰগাঁও মহাবিদ্যালয়ৰ মহিলা ফুটবল দলক ৫-৪ গলৰ ব্যৱধানত পৰাজিত কৰি দুলীয়াজান

- Category
- WOMAN

Comments