Woman Football⚽⚽⚽ DHAMAKA???????????? // Goalpara VS Hailakandi // লৰাই পাত্তা নেপাই...গেৰান্টী আছে?

Thanks! Share it with your friends!

You disliked this video. Thanks for the feedback!




Added by vindheim
50 Views
Woman Football⚽⚽⚽ DHAMAKA???????????? // Goalpara VS Hailakandi // লৰাই পাত্তা নেপাই...গেৰান্টী আছে????????????

Welcome To My YouTube Channel????????????
My YouTube Link : https://youtube.com/channel/UCNTPofX4CHr-E5d4idkF9bA

Please Subscribe My Channel

সকলো বন্ধু-বান্ধৱীলৈ মোৰ চেনেলৰ ফালৰ পৰা হিয়া ভৰা নমস্কাৰ জনালো, মই এজন সাধাৰণ লৰা! বৰ্তমান Digitel যুগত youtube হৈছে এখন অপৰিহাৰ্য প্লেটফৰ্ম ।আজিৰ পৃথিৱীত গুগলৰ পিছতে মানুহে youtube ত যিকোনো বিষয়ৰ সন্ধান কৰে। কাৰণ ইয়াত সন্ধান পোৱাৰ উপৰিও practically বিষয়বোৰ চাবও পাৰি।ঠিক তেনেদৰে মইও youtube ৰ প্ৰেমত পৰি এই চেনেল তো খুলিলো! ইয়াত আপোনালোকে কন কন লৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈকে চাব পৰা বিভিন্ন ধৰনৰ ভিডিও পাব।আপোনালোকে বিশেষকৈ ভ্ৰ্মণ,কিছুমান খেলা ধুলাৰ বা-বাতৰি, কিছুমান story ৰ ঘটনা পৰিঘটনা ইত্যাদি ।যিমান পাৰো মই সকলো বিষয়ৰ ভিদিও ইয়াত দিবলৈ চেষ্টা কৰিম। কেৱল মাত্র আপোনালোকে মোক সহায় কৰিব লাগিব। আপোনালোক মোৰ ভুল শুদ্ধ বোৰ আঙুলিয়াই দিব লাগিব। যদি ভিদিও বিলাক বেয়া পায় মোক dislike কৰিব । মই বেয়া নাপাও!মাত্র মোক সমৰ্থন কৰি যাব।মাজে মাজে মই music ভিদিও দিবলৈও ট্ৰাই কৰিম।বিভিন্ন ধৰণৰ local programme পাব মোৰ এই চেনেলতোত। শেষত সকলোৱে আশীৰ্বাদ কৰিব যাতে মই আগুৱাই যাব পাৰো????????????

#womanfootball #footballlover #assamvloger #womanpower #football
#Quatrefinalmatch #tpl4 #Teliparapremierleague #cricket #cricketguru11 #cricketguruassam #cristianoronaldo #coronavirus #cricketnews #cricketlovers #cricketer #cricketpawri #cricketfever #cricketshorts # #khatiaxomiya #assamvloger #bboys #bhukhanpathak #bhukhanpathak #cricket #bikashchetry #sad #sadstatus #madhusmitasharma #ilovetravelandfood #anupbarman #ilovefoodandtravel #icc #icct20worldcup #devidgogoi #icct20worldcup2021 #instagram #bcci #akoumanujbhai



Thanks For Watching....????????????
Category
WOMAN

Post your comment

Comments

Be the first to comment